তীব্ৰ গৰমে দহিছে সমগ্ৰ দেশ

0

গুৱাহাটী,১৯জুন: 

এইবাৰ সমগ্ৰ দেশতে অভিলেখ সংখ্যক গৰম হোৱা দেখা গৈছে। যাৰ ফলত পুৰণা সকলো অভিলেখ ভংগ হৈছে। দিল্লীত এই বছৰ আগৰ ৪৭.৭ ডিগ্ৰীৰ অভিলেখ ভংগ কৰি ৰেকৰ্ড সংখ্যক ৪৮ ডিগ্ৰী হৈছে গৈ।

ইফালে অসমতো ইয়াৰ ব‍্যতিক্ৰম নহয় অসমৰ গুৱাহাটীৰ পৰা আৰম্ভ কৰি লক্ষীমপুৰত সৰ্বাধিক উত্তাপ হোৱা দেখা গৈছে।

Leave A Reply

Your email address will not be published.