নুমলীগড়ত কণমানি হাতী পোৱালিৰ মৃত্যু

0

অপূৰ্ব বল্লভ গোস্বামী , নুমলীগড়

Related post

আজি কাতি বিহু

শুৱালকুছিৰ পাট শিল্পলৈ ভাবুকি, বহিঃৰাজ্যৰ নকল কাপোৰেৰে ভৰিছে…

দিনে দিনে বৃদ্ধি পাই আহিছে মানৱ সৰবৰাহৰ ঘটনা।

নুমলীগড়,২৭জুন: খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত পিটপিটাই ফুৰিছে বৃহৎ হাতীৰ জাক । ফলত হাতী আৰু মানুহৰ সংঘাত নৈমিত্তিক ঘটনাত পৰিণত হৈছে নুমলীগড় অঞ্চলত। ইয়াৰ মাজতে আজি নুমলীগড়ৰ বি জি কে চাহ বাগিছাত মৃত বন্য হস্তীৰ পোৱালী উদ্ধাৰ ।জন্মৰ এসপ্তাহ হোৱা পোৱালিটো নিশা মৃত্যু হোৱাৰ সন্দেহ। বাগিচাখনৰ বিভিন্ন স্থানত মৃত হস্তী পোৱালিটোৰ মাংসপিণ্ড উদ্ধাৰ ।

Leave A Reply

Your email address will not be published.