পুণৰ স্বৰ্ণ আজুৰিলে হীমা দাসে

আন্তৰ্জাতিক এথলেটিকছত উজলিল অসম কন্যা

0
Source: Internet

নিউজ ডেস্ক
গুৱাহাটী, ৫ জুলাই, ২০১৯

পোলেণ্ডত অনুষ্ঠিত হোৱা পোজনান এথলেটিকছ গ্ৰাঁ-পি-২০১৯ ত হীমা দাসে আজুৰিলে আন এটা স্বৰ্ণপদক। ২০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰি ২৩:৬৫ ছেকেণ্ডৰ ভিতৰত তেওঁ এই স্বৰ্ণ পদক অৰ্জন কৰে।
আনহাতে আন এগৰাকী ভাৰতীয় এথলীট ভি.কে.বিস্ময়াই ২৩:৭৫ ছেকেণ্ডৰ ভিতৰত ২০০ মিটাৰ দৌৰ অতিক্ৰম কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

Leave A Reply

Your email address will not be published.