ওদালগুৰিৰ পৰা অৰুণাচললৈ যোৱা কেবাটাও পথত ভূমিস্খলন, ব‍্যাহত যাতায়ত

0

নিউজ ডেস্ক
গুৱাহাটী, ১১জুলাই, ২০১৯

ওদালগুৰিৰ পৰা অৰুণাচললৈ যোৱা কেইবাটাও স্থানত ভূমিস্খলন। যাৰবাবে বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা।

নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে পথসমূহ ছিগি যোৱা বুলি জানিব পৰা গৈছে। ভৈৰৱকুণ্ড হৈ অৰুণাচলত প্ৰৱেশ কৰা পথটোও সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। যাৰ বাবে সাধাৰণ ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

ভূমিস্খলনত এজন লোক নিহত আৰু এজন আহত হোৱাৰ খবৰো পোৱা গৈছে।

Leave A Reply

Your email address will not be published.