“আমাক এখন দলং লাগে” – মাজুলীবাসীৰ দাবী

মুখ্যমন্ত্ৰী সোণোৱালে কাণসাৰ দিবনে মাজুলীক দলঙেৰে সংলগ্ন কৰাৰ প্ৰতি?

0

নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে চৌদিশে এতিয়া বানৰ তাণ্ডৱ। ব‍্যাহত হৈছে যোগাযোগ ব‍্যৱস্থা‌। সম্প্ৰতি বহুদিন ধৰি ফেৰীসেৱা বন্ধ হৈ আছে। ইয়াৰ ফলত মাজুলীলৈ সকলো ধৰণৰ যোগান প্ৰক্ৰিয়াৰ লগতে দৰকাৰী কাম-কাজ ক্ষতিগ্ৰস্ত হৈছে।

ক্ষীৰসিন্ধু শইকীয়া

মাজুলী, ১৩ জুলাই, ২০১৯

“আমাক এখন দলং লাগে” – মাজুলীবাসীৰ এয়া শেহতীয়া দাবী।

নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে চৌদিশে এতিয়া বানৰ তাণ্ডৱ। ব‍্যাহত হৈছে যোগাযোগ ব‍্যৱস্থা‌। সম্প্ৰতি বহুদিন ধৰি ফেৰীসেৱা বন্ধ হৈ আছে। ইয়াৰ ফলত মাজুলীলৈ সকলো ধৰণৰ যোগান প্ৰক্ৰিয়াৰ লগতে দৰকাৰী কাম-কাজ ক্ষতিগ্ৰস্ত হৈছে।

মাজুলীৰ সাধাৰণ ৰাইজৰ দুখ। তেওঁলোকক দলং লাগে। বহি:বিশ্বৰ পৰা বিচ্ছিন্ন হৈ তেওঁলোক আৰু থাকিব নোখোজে।

দলঙৰ এই দাবীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে কি ভূমিকা পালন কৰে সেইটো লক্ষনীয় হ’ব।।।

Leave A Reply

Your email address will not be published.