গুৱাহাটী প্ৰেছ ক্লাৱত ফিজিঅ’থেৰাপি চিকিংসা শিবিৰ সম্পন্ন

0

ব্যুৰো

গুৱাহাটী, ১০ আগষ্টঃ

মহানগৰীৰ আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত আঁচল আৰু দিগন্ত ৰিহেবিলিটেশ্বন চেন্টাৰৰ উদ্যোগত আজি সাংবাদিকসকলৰ বাবে বিনামূলীয়া চিকিংসা শিবিৰৰ আয়োজন কৰা হয় ।

প্ৰেছ ক্লাৱত অনুষ্ঠিত শিবিৰটোত বিভিন্ন মাধ্যমৰ পৰা অহা সাংবাদিকসকলে নিজৰ কান্ধ, ডিঙি, ককাঁল আৰু আঠুৰ বিষৰ বিনামূলীয়া প্ৰাথমিক চিকিংসাৰ সুবিধা লাভ কৰে ।

অংশগ্ৰহণকাৰীসকলে ফিজিঅ’থেৰাপিষ্ট ডঃ অজিত কুমাৰ চৌবে আৰু ৰিভা পায়েঙৰ পৰা শৰীৰৰ বিষ সম্পৰ্কীয় পৰামৰ্শ লাভ কৰে !

Leave A Reply

Your email address will not be published.