এজাক বৰষুণতে কৃত্ৰিম বানপানী মহানগৰীত

0

বৃহষ্পতিবাৰে এজাক বৰষুণতে কৃত্ৰিম বানপানী হোৱা দেখা গুৱাহাটী মহানগৰীত। মহানগৰীৰ বহু কেইটা পথত পানীৰে ভৰি পৰিল। যাৰ ফলত দুৰ্ভোগ ভুগিলে পথাচাৰীয়ে। মহানগৰীৰ জি এছ ৰোড , আৰ জি বৰুৱা ৰোড , এ টি ৰোডৰ কিছু দূৰৰ অন্তৰে পানীৰে ভৰি পৰিল। উল্লেখ যোগ‍্য যে স্মাৰ্ট চিটীৰ কথা কোৱা চৰকাৰ খনে বৰ্তমানেও ৰোধ কৰিব নোৱাৰিলে কৃত্ৰিম বানপানীৰ সমস্যা। আজিও সম্পূৰ্ণ নহল কৃত্ৰিম বানপানী ৰোধ কৰিব বাবে লোৱা ড্ৰেইনিংৰ কাম কাজ।

Leave A Reply

Your email address will not be published.