দেশৰ ৯৭.২ শতাংশ শিশুৱেই যায় বিদ্যালয়লৈ, বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস

0

ব্যুৰো

২৩ জানুৱাৰী, ২০১৯

দেশৰ শিক্ষাখণ্ডৰ বাবে সুখবৰ। বৃদ্ধি পাইছে বিদ্যালয়মুখী শিশুৰ সংখ্যা। আজিৰ তাৰিখত দেশৰ মাত্ৰ ৩ শতাংশ শিশুহে বিদ্যালয়ত শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত। বাকী ৯৭ শতাংশ শিশুৱেই নাম লিখাইছে বিদ্যালয়ত।

এনুৱেল ষ্টেটাছ অৱ এডুকেশ্বনৰ এক ৰিপৰ্টত প্ৰকাশ পাইছে এই আশাব্যঞ্জক তথ্য। উক্ত সমীক্ষা দেশৰ ৫৯৬খন জিলাৰ ৩৫৪৯৪৪টা পৰিয়ালৰ ৫৪৬৫২৭ টি শিশুৰ ওপৰত চলোৱা হৈছিল।

Leave A Reply

Your email address will not be published.