প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং অসুস্থ, এইমছত ভৰ্তি

0

ব্যুৰো, ১০ মে’

ডঃ মনমোহন সিং অসুস্থ । দেওবাৰে নিশা হঠাতে বুকুৰ বিষত আক্ৰান্ত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীজন।

ততাতৈয়াকৈ তেওঁক নতুন দিল্লীৰ ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছলৈ লৈ যোৱা হৈছে । সম্প্ৰতি তেওঁৰ চিকিৎসা চলি আছে ।

Leave A Reply

Your email address will not be published.