বিষধৰ সাপৰ সৈতে ধেমালি ৮ বছৰীয়া শিশুৰ

0


অনলাইন ৰিপৰ্ট,৭নৱেম্বৰ:

সাপ বুলি কলে কোনে ভয় নকৰে । আপোনাৰ মোৰ দৰে বহুতে সাপ বুলি কলে হয়তো ভয়ত পেটততে হাত ভৰি লুকাই। কিন্তু ৮ বছৰীয়া শিশু এটাই সাপৰ লগত খেলে বুলি কলে আপুনি বিশ্বাস কৰিব নে? নিশ্চয় নকৰে কিন্তু এয়া সঁচা কথা আটাইতকৈ বিষধৰ সাপ king cobras অৰ্থাৎ ৰজা ফেঁটী সাপৰ সৈতে ওমলে এই শিশুটোৱে । তাকো এডাল নহয় দুডাল ফেঁটী সাপৰ লগত।

Leave A Reply

Your email address will not be published.