২০ বছৰৰ পিছত স্বগৃহলৈ ৰিয়াং জনগোষ্ঠীৰ লোক সকল

0

গুৱাহাটী,১৯ ছেপ্তেম্বৰঃ সুদীৰ্ঘ ২০ বছৰৰ পিছত আজি স্বগৃহলৈ উভতিব ত্ৰিপুৰাত থকা ৰিয়াং জনগোষ্ঠীৰ শৰণাৰ্থী সকল।মিজোৰামলৈ ৰিয়াং জনগোষ্ঠীৰ ৩০ টা পৰিয়ালক ঘূৰাই পঠোৱাৰ সিদ্ধান্ত ল’লে ত্ৰিপুৰা চৰকাৰে।আজি ত্ৰিপুৰাৰ পৰা মিজোৰামলৈ ঘূৰাই পঠোৱা হ’ব ৰিয়াং জনগোষ্ঠীৰ এই সকল শৰণাৰ্থীক।

Leave A Reply

Your email address will not be published.