অগপ গঠনৰ ৩৫ বছৰৰ পিছতে পুনৰ আছুৱে জন্ম দিব “দ্বিতীয়টো ৰাজনৈতিক দল”

34

নিউজ ডেস্ক
গুৱাহাটী, ১৬ জানুৱাৰী, ২০২০

Related post

নতুন ৰাজনৈতিক দল আৰু অসমবাসীৰ সন্মুখত থকা প্ৰত্যাহবানসমূহ

হোম কোৱাৰেন্টিন প্ৰক্ৰিয়াক সফলকাম কৰাত মুখ্য ভূমিকা লৈছে…

তেজপুৰত শিল্পীৰ নিদৰ্শন: আদর্শ কৃষি পামেৰে উজ্বলিছে অভিনেতা…

ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত আৰু অসমৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্য সদৌ অসম ছাত্ৰ সন্থাই জন্ম দিছিল ১৯৮৫ চনত অসম গণ পৰিষদক। নতুন ইতিহাস,এক নতুন অধ্যায় ৰচিবলৈ সাজু হৈছে সদৌ অসম ছাত্ৰ সন্থা।অগপ গঠনৰ ৩৫ বছৰৰ পিছতে পুনৰ জাতিৰ স্বাৰ্থ ৰক্ষাৰে উদ্দেশ্য আছুৱে জন্ম দিব ফেব্ৰুৱাৰী মাহত অসমত দ্বিতীয়টো ৰাজনৈতিক দল।
তথ্য অনুসৰি,অসমত নতুন বিকল্প আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াটো আছুৱে আগবঢ়াই লৈ যাব বুলি বুধবাৰে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।
ভোগালী বিহুৰ দিনাই আছুৰ সভাপতি দীপাংক কুমাৰ নাথে নতুন ৰাজনৈতিক দল গঠনৰ পদক্ষেপ ফেব্ৰুৱাৰি মাহৰ পৰা আৰম্ভ হ’ব বুলি কয়।

Continue Reading

Get real time updates directly on you device, subscribe now.

You might also like More from author

Leave A Reply
Cancel Reply

Your email address will not be published.