পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিল সত্ৰৰ নগৰী মাজুলী

0

নিউজ ডেস্ক
গুৱাহাটী, ২০ জানুৱাৰী, ২০২০

মাত্ৰ কেইদিন মান পূৰ্বে মাজুলীৰ বহু কেইখন বিদ্যালয়লৈ বাংলা ভাষাৰ কিতাপ যোগান ধৰাৰ পিছত এইবাৰ শিক্ষা বিভাগত নহয় স্বাস্থ্য বিভাগৰ বাংলা ভাষাৰ প্ৰ -পত্ৰই পুনৰ জোকাৰি গৈছে মাজুলীক।পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে মাজুলী।পালছ পলিও প্ৰতিষেধক প্ৰদান এই কাৰ্যসূচীৰ যোগে যি সকল শিশুক সামৰি লোৱা হ’ল এনে শিশু সকলৰ বিতং তথ্য লিপিবদ্ধ কৰিবৰ বাবে স্বাস্থ্য বিভাগে টেলি ছিট , “হম হম টু হম ফৰ্ম “আৰু “এক্স ছিট “নামৰ তিনি খন ফৰ্ম পূৰাব লাগে স্বাস্থ্য কৰ্মী সকলে । কিন্তু অসমীয়াৰ পৰিৱৰ্তে আহিল বাংলা ভাষা..। সত্ৰনগৰী মাজুলীবাসীয়ে বাংলাভাষাতে পূৰণ কৰিবলগীয়া হ’ল প্ৰ-পত্ৰ।

Leave A Reply

Your email address will not be published.