শ্ৰীনগৰত সন্ত্রাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হ’ল চি আৰ পি এফ-ৰমেশ ৰঞ্জন

0

নিউজ ডেস্ক, 
গুৱাহাটী, ৬ ফেব্ৰুৱাৰী,২০২০

ৰমেশ ৰঞ্জন ২০১১ চনত দেশ সেৱাৰ বাবে CRPF ত যোগদান কৰিছিল । মাত্ৰ দুবছৰ আগত বিবাহপাশত আবদ্ধ হোৱা ৰমেশে যোৱা নবেম্বৰ মাহত বিহাৰৰ নিজা ঘৰলৈ আহি যথেষ্ট দিন থাকি কিছু দিন পূৰ্বে কাশ্মীৰলৈ ঘূৰি গৈছিল। যোৱা কালি শ্ৰীনগৰত সন্ত্রাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হ’ল। ৰমেশৰ পিতৃয়ে কয় যে “মোৰ ল’ৰাই সন্ত্রাসবাদীক বধ কৰি শ্বহীদ হৈছে, তাক লৈ আমি গৌৰৱ কৰো”।
উল্লেখযোগ্য যে যোৱাকালি সন্ত্রাসবাদীৰ গুলিয়ে ৰমেশৰ মূৰৰ আঘাত কৰিছিল ,এই সংঘৰ্ষত তিনি সন্ত্রাসবাদী নিহত হৈছিল।

Leave A Reply

Your email address will not be published.