আকাশ চুবৰ বাবে সাজু হৈছে ছিকিম

0

গুৱাহাটী,২৩ ছেপ্তেম্বৰঃ দেশৰ শততম কাৰ্যকৰী বিমানবন্দৰটোৰ উদ্ধোধনৰ বাবে সন্ধিয়া গেংটকত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাইলৈ পুৱাই পাকয়ং গ্ৰীণফিল্ড বিমানবন্দৰৰ শুভ উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে পাকয়ং হ’ল ভাৰতৰ শততম কাৰ্যকৰী বিমানবন্দৰ লগতে ছিকিমৰ প্ৰথমটো বিমানবন্দৰ।

Leave A Reply

Your email address will not be published.