ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰন সন্মিলনত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে নিযুক্তি লাভ পংকজ শৰ্মাৰ

0

গুৱাহাটী,৬ অক্টোবৰঃ জেনেভাত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰন সন্মিলনত ভাৰতৰ স্থায়ী প্ৰতিনিধি আৰু দূত হিচাপে নিযুক্তি লাভ কৰিছে পংকজ শৰ্মাই। পূৰ্বে অমনদ্বীপ গীলে এই সন্মিলনত ভাৰতৰ হৈ প্ৰতিনিধিত্ব আগবঢ়াইছিল। বিশ্বৰ ৬৫ খন দেশৰ মাজত নিৰস্ত্ৰীকৰনৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা আৰু তৰ্ক হোৱাৰ উপৰিও শেষত সিদ্ধান্তও গ্ৰহন কৰা হয়। পংকজ শৰ্মা হৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ নিৰস্ত্ৰীকৰন আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা শাখাৰ যুটীয়া সচিব।

Leave A Reply

Your email address will not be published.