সন্ধানহীন ইণ্টাৰপ’লৰ অধ্যক্ষ

চীনলৈ আঙুলি ইণ্টাৰপ'লৰ

0

গুৱাহাটী , ৭ অক্টোবৰ : চীনত সন্ধানহীন হৈছে ইণ্টাৰপ’লৰ অধ্যক্ষ মেং হংৱেই । এক ভ্ৰমণ কাৰ্য্যসূচীত চীনলৈ যোৱা সময়তে সন্ধানহীন হয় হংৱেই । ২৫ ছেপ্টেম্বৰত ফ্ৰান্সৰ লিয়নস্থিত (lyon) ইন্টাৰপ’লৰ মুখ্য কাৰ্যালয়ৰ পৰা যোৱাৰ পাছৰে পৰা অধ্যক্ষ মেং হংৱেইৰ সৈতে কোনোধৰণৰ যোগাযোগ হোৱা নাই পৰিয়ালৰ । চীনৰ এক সংবাদ মাধ্যমত সোধপোচৰ বাবে হংৱেইক নিয়া হৈছে বুলি বাতৰি প্ৰকাশ কৰিছে যদিও চীনে এই সন্দৰ্ভত এইপৰ্যন্ত কোনো ধৰণৰ স্বীকাৰোক্তি দিয়া নাই ।

Leave A Reply

Your email address will not be published.