অৰ্থনীতিৰ নোবেল জিনিলে উইলিয়াম ডি. নৰঢৌছ আৰু প’ল এম. ৰ’মাৰে

0

গুৱাহাটী , ৮ অক্টোবৰ : ঘোষণা কৰা হ’ল ২০১৮ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা । এইবৰ্ষত এই সন্মানীয় বঁটা লাভ কৰে দুই অৰ্থনীতিবিদ উইলিয়াম ডি. নৰঢৌছ আৰু প’ল এম. ৰ’মাৰে । জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ ওপৰত তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে আগবঢ়োৱা হয় এই বঁটা ।

Leave A Reply

Your email address will not be published.