ইণ্ডোনেছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা

0

গুৱাহাটী,২৯ অক্টোবৰঃ ইণ্ডোনেছিয়াৰ জাভা সাগৰত ভয়ংকৰ বিমান দুৰ্ঘটনা। জাভা সাগৰত পৰিল এখন যাত্ৰীবাহী ব’য়িং বিমান। ১৮৮ গৰাকী যাত্ৰী কঢ়িয়াই অনা বিমানখনৰ সম্প্ৰতি জাভা সাগৰৰ উদ্ধাৰ অভিযান চলি আছে।

Leave A Reply

Your email address will not be published.