পৰ্যটনস্থলী লৈ ৰূপান্তৰ হব মোডীৰ চাহ দোকান

0


নিউজ ডেস্ক
গুৱাহাটী, ৩ ছেপ্টেম্বৰ, ২০১৯

প্ৰধান মন্ত্ৰী মোডীৰ বাল্যাৱস্থাৰ চাহ দোকানখন পৰিৱৰ্তন হ’ব পৰ্যটনস্থলী লৈ। প্ৰথমে পিতৃৰ সৈতে আৰু পৰৱৰ্তী সময়ত নিজেই গুজৰাটৰ ভাদনগৰ ৰেলৱে ষ্টেচনৰ যিখন চাহ দোকানত তেওঁ কাম কৰিছিল সেই চাহ দোকানখনক পৰ্যটনস্থলী ৰূপে গঢ় দিব গুজৰাট চৰকাৰে।

শৈশৱৰ বহু বছৰ চাহ বিক্ৰেতা হিচাপে কাম কৰা মোডীয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত নিজকে চাহ বিক্ৰেতা হিচাপে প্ৰচাৰ চলাইছিল।

Leave A Reply

Your email address will not be published.