Browsing Category

অসম

মাকুমৰ ৰাজপথত মৃতদেহ থৈ চাহ জনগোষ্ঠী ৰাইজৰ তীব্ৰ প্ৰতিবাদ

অখিল চন্দ্ৰ বৰুৱা, মাকুম:২৩জুন: মাকুমৰ বেতজান চাহ বাগিছাৰ নৈশ চকীদাৰ জেকী (ৰাজু) বাইগাৰ মৃতদেহ লৈ মঙ্গলবাৰে মাকুমৰ ৰাজপথত  চাহ জনগোষ্ঠী ৰাইজে তীব্ৰ

নগাঁৱৰ বঢ়মপুৰত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ৰাইজৰ

নিৰ্মানকাৰ্য সম্পন্ন হোৱাৰ পাছতো এবছৰে মুকলি ন'হল পানী যোগান আঁচনি ঋতু পৰ্ণ শৰ্মা, নগাঁও, ২২ জুন : নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত

কামৰূপ গ্ৰাম্য উপায়ুক্ত কাৰ্যালয়লৈ যুৱ বিজ্ঞানী চম্পকে দান কৰিলে হেণ্ড ফ্ৰী স্মাৰ্ট বেচিন

ক'ৰনা সংক্ৰমণ ৰোধত সহায়ক হোৱাৰ আশাৰে কামৰূপ গ্ৰাম্য উপায়ুক্ত কাৰ্যালয়লৈ যুৱ বিজ্ঞানী চম্পকে দান কৰিলে হেণ্ড ফ্ৰী স্মাৰ্ট বেচিন। সোমবাৰে কামৰূপ

যোগক্ৰীড়াৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিছে নগাঁৱৰ ৰাজশ্ৰী শৰ্মা

ঋতুপৰ্ণ শৰ্মা, নগাঁও, ২১ জুন : যোগ চৰ্চাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে নগাঁৱৰ এগৰাকী কিশোৰী। শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে অতিকৈ

তিনিচুকীয়া জিলা সাহিত্য সভাৰ কলাগুৰুক স্মৰণ

অখিল চন্দ্ৰ বৰুৱা , তিনিচুকীয়া, ২১ জুন, ২০২০: মাকুমৰ যুগল কিশোৰ কেশান ভৱনত তিনিচুকীয়া জিলা সাহিত্য সভাই শণিবাৰে কলাগুৰু বিষ্ণু ৰাভা দিৱস সামাজিক

পদ্মশ্ৰী ড:শীলা বৰঠাকুৰৰ বিয়োগ

নিউজ ডেস্ক, গুৱাহাটী, ২১জুন, ২০২০: পদ্মশ্ৰী ডঃশীলা বৰঠাকুৰৰ দেহাৱসান । দেওবাৰে তেখেতে বৰ্ণাধ্য জীৱনৰ যৱনিকা পেলাই এই সংসাৰ ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত

ভিডিঅ জাৰ্ণেলিষ্ট ৰিপুল কলিতাৰ অকাল বিয়োগ

ব্যুৰো, গুৱাহাটী, ১৯ জুন, 2020 প্ৰাগ নিউজৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুল কলিতা আৰু নাই। শুকুৰবাৰে সন্ধিয়া ৬.২০ বজাত হায়াত হাস্পতালত শেষ নিশ্বাস ত্যাগ

লালুং গাঁও প্ৰাথমিক বিদ‍্যালয়লৈ এন আৰ এলৰ বিশেষ সাহাৰ্য্য

ক'ৰনা মহামাৰীৰ মাজতো এন আৰ এলৰ বিশেষ পদক্ষেপ। গুৱাহাটী স্হিত লালুং গাঁৱ প্ৰাথমিক বিদ‍্যালয়ত এন আৰ এলে দান কৰিলে টিন পাট, বুক ছেলফ , ৱেৰিং, ডেষ্ক,

‘গগণা মুম্বাই’ৰ উপদেষ্টা জুতিকা মহন্তৰ ব্যক্তিগত প্ৰচেষ্টাত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

মুম্বাইত ক'ৰ'না অতিমাৰীৰ পৰা সৰ্বসাধাৰন ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰৰ উপৰিও বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে বিভিন্ন প্ৰচেষ্টা লৈছে। মুম্বাইবাসী অসমীয়া