Browsing Category

অসম

অৰুণাচল প্ৰদেশ অৰ্থনীতি আঞ্চলিক আন্তঃৰাষ্ট্ৰীয় আলাপ উত্তৰ পূব খেল

নতুন ৰাজনৈতিক দল আৰু অসমবাসীৰ সন্মুখত থকা প্ৰত্যাহবানসমূহ

দিতিমণি গগৈ এতিয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আমাৰ  ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীবোৰ একত্ৰিত কৰিব লাগিব৷ তৃণমূল পৰ্যায়ত সেইসকল লোকক একত্ৰিত কৰিব!-->!-->!-->…

হোম কোৱাৰেন্টিন প্ৰক্ৰিয়াক সফলকাম কৰাত মুখ্য ভূমিকা লৈছে অসম আৰক্ষীৰ কভিড ছেন্টিনেল মোবাইল এপে

আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সফল নেতৃত্বত, এডিজি, কমিউনিকেশ্বনছ এছ এন সিঙৰ তত্বাৱধানত তথা এছ পি, কমিউনিকেশ্বনছ বিৰাজ দাসৰ তদাৰকীত ৰূপায়িত হৈছে!-->…

তেজপুৰত শিল্পীৰ নিদৰ্শন: আদর্শ কৃষি পামেৰে উজ্বলিছে অভিনেতা জিতুমণি

আদিত্য অংকুৰ নাথ, তেজপুৰ, ৩১ জুলাই, ২০২০: কৰ'নাৰ কৰাল গ্ৰাসত পৰি বৰ্তমান সময়ত চৰকাৰী চাকৰিৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠানসমূহতো কোনো নিয়োগ নোহোৱাৰ বাবে!-->!-->!-->…

নগাঁৱত অবৈধ বালি মহল উৎখাত, তিনিখন বালিভৰ্তি ট্ৰাক জব্দ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন, ৩০ জুলাই : নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম!-->!-->!-->!-->!-->…

ডেৰদশকধৰি অসম্পূৰ্ণ ৰাজ্যৰ ৩০টা ফ‌ৰলেন প্ৰকল্প, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ব্যাপক…

পথ সম্পূৰ্ণ নকৰাকৈ কেনেকৈ অতিৰিক্ত পুঁজি সৰকাই নিছে ঠিকাদাৰে ষ্টাফ ৰিপৰ্টাৰ, ২৭ জুলাই, ২০২০ এদিন দুদিন নহয়, সুদীৰ্ঘ ১৫ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছে অসমত!-->!-->!-->!-->!-->…

নগাঁৱত নেৰানেপেৰা বৰষুণত ন ন অঞ্চল প্লাৱিত

ঋতু পৰ্ণ শৰ্মা,নগাঁও:১৫ জুলাই বিগত কেইবাদিন ধৰি ৰাজ্যখনৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ নৈ-উপনৈসমূহৰ জল পৃষ্ঠ বৃদ্ধি হৈ ন ন…

ভয়াবহ বানৰ কবলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

জীৱ-জন্তুৰ হাহাকাৰ ঋতু পৰ্ণ শৰ্মা, নগাঁও:১৩জুলাই: "বিশ্ব ঐতিহ্য ক্ষেত্ৰ" কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বছৰটোৰ দ্বিতীয়টো ভয়াবহ বানৰ কবলত । চলিত বৰ্ষৰ বিগত!-->!-->!-->!-->!-->…

লকডাউনৰ মাজতে বিলাসী জাহাজত আৰক্ষীৰ নৈশ পাৰ্টি

আৰক্ষীৰ বাবে আইন বেলেগ নেকি? মুখ্যমন্ত্ৰীয়ে কি ভূমিকা ল'ব? ব্যুৰো, গুৱাহাটী, ৭ জুুলাই, ২০২০: আইন সকলোৰে বাবে সমান বুলি কোৱা কথাষাৰ কিমান সত্য? নে!-->!-->!-->!-->!-->…

লকডাউনৰ মাজতে বিলাসী জাহাজত আৰক্ষীৰ নৈশ পাৰ্টি

আৰক্ষীৰ বাবে আইন বেলেগ নেকি? মুখ্যমন্ত্ৰীয়ে কি ভূমিকা ল'ব? ব্যুৰো, গুৱাহাটী, ৭ জুুলাই, ২০২০: আইন সকলোৰে বাবে সমান বুলি কোৱা কথাষাৰ কিমান সত্য? নে!-->!-->!-->!-->!-->…

মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদেৰে মুখৰ ৰাজ্যৰ ৰাজপথ।

আদিত্য অংকুৰ,তেজপুৰ, ৫ জুুলাই, ২০২০: বিগত প্ৰায় ৩মাহ কাল সমগ্ৰ দেশত কৰ'না বিভীষিকাৰ বাবে চলি থকা লকডাউনে খাটিখোৱা জনসাধাৰণক জীয়াতু ভূগোৱাৰ সমান্তৰালকৈ!-->!-->!-->…