Browsing Category

উত্তৰ পূব

অৰুণাচল প্ৰদেশ অৰ্থনীতি অসম আঞ্চলিক আন্তঃৰাষ্ট্ৰীয় আলাপ খেল

অতীত হ’ল নেকি কটন কলেজৰ গৰিমা?

দিতিমণি গগৈ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে বাতৰিকাকত বা টিভি চেনেলবোৰত সঘনে উচ্চাৰণ হোৱা কেইটামান বাক্যই প্ৰাক্তন কটনিয়ান হিচাপে আন বহুতৰ!-->!-->!-->…

সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা ক’ভিদ-১৯ সম্পৰ্কত বিজেপিৰ ক’ৰ কমিটিৰ বৈঠক

ব্যুৰো, গুৱাহাটী, ১৭ মে': গুৱাহাটীত দেওবাৰে অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ক'ৰ কমিটিৰ বৈঠকত সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা ক'ভিদ-১৯!-->!-->!-->…

বন্যপ্ৰাণী উদ্ধাৰত ব্যস্ত এজন প্ৰকৃতিপ্ৰেমী

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা, ১৭মে' ক'ৰোণা ভাইৰাছৰ ভয়াৱহতাৰ সময়তো নগাঁও জিলাৰ এজন যুৱক সম্প্ৰতি বন্যপ্ৰাণী উদ্ধাৰত ব্যস্ত । যুৱকজন ব্যস্তও থাকে প্ৰকৃতিৰ!-->!-->!-->!-->!-->…

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

নিউজ ডেস্ক, গুৱাহাটী, ১৩ জানুৱাৰী, ২০২০ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰী সকলৰ পক্ষত এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। এতিয়াৰে পৰা চৰকাৰী…

আহিল অসমৰ বাবে সু-খবৰ…

নিউজ ডেস্ক, গুৱাহাটী, ৮ জানুৱাৰী, ২০২০ আজি কেন্দ্ৰীয় কেবিনটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকে অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে লৈ কঢ়িয়াই…

অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ স্থাপন কৰা হ’ব ভাৰতীয় খাদ্য নিগমৰ ২১ টা খাদ্য…

এফ চি আইৰ পৰা অসমলৈ প্ৰতিটো মাহত ১.৪০ লাখ মেট্ৰিক টন খাদ্যশস্য আহে। কিন্তু দেশৰ ২.৫৮% জনসংখ্যা আছে অসমত। গতিকে ইয়াত খাদ্য শস্যৰ অধিক গুদামৰ প্ৰয়োজন।

উত্তৰ-পূবৰ পৰা বাতিল হ’ব নেকি অনুচ্ছেদ ৩৭১?

নিউজ ডেস্ক গুৱাহাটী, ০৭ আগষ্ট, ২০১৯ জেষ্ঠ কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীৰ আশংকা জন্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত এইবাৰ অসম, মণিপুৰ, নাগালেণ্ড,…

“আমাক এখন দলং লাগে” – মাজুলীবাসীৰ দাবী

নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে চৌদিশে এতিয়া বানৰ তাণ্ডৱ। ব‍্যাহত হৈছে যোগাযোগ ব‍্যৱস্থা‌। সম্প্ৰতি বহুদিন ধৰি ফেৰীসেৱা বন্ধ হৈ আছে। ইয়াৰ ফলত মাজুলীলৈ সকলো ধৰণৰ…

সংকটত অসমৰ হস্তী

তৃষ্ণা কৌশিক গুৱাহাটী, ১১ জুলাই, ২০১৯ যোৱা ১৫ বছৰ ধৰি অসমৰ পৰা তিনি শতাধিক হাতীক বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে। ১৫ বছৰে প্ৰেৰণ কৰা হাতীৰ এটাকো পিছত অসমলৈ…

সাৱধান চোৰাং চিকাৰী! কাজিৰঙাত ভৰি থলে ৮২জনীয়া বিশেষ গঁড় সূৰক্ষা বাহিনীৰ বুলেটে কৰিব ধৰাশায়ী

১০ মাহ ধৰি বঢ়মপুৰস্থিত নৱম এ পি বি এনত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে মহিলাসহ এই ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোৱে । সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫ টা…