Browsing Category

খেল

যোগক্ৰীড়াৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিছে নগাঁৱৰ ৰাজশ্ৰী শৰ্মা

ঋতুপৰ্ণ শৰ্মা, নগাঁও, ২১ জুন : যোগ চৰ্চাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে নগাঁৱৰ এগৰাকী কিশোৰী। শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে অতিকৈ!-->!-->!-->!-->!-->…

ফিল্ড শুকুৱাবলৈ অসম ক্ৰিকেট সন্থাই ব্যৱহাৰ কৰিলে হেয়াৰ ড্ৰায়াৰ আৰু ইস্ত্ৰী!

নিউজ ডেস্ক গুৱাহাটী,৬ জানুৱাৰী ২০২০ দেওবাৰৰ ভাৰত - শ্ৰীলংকাৰ T-20 ক্ৰিকেট মেচখন আৰম্ভ হোৱাৰ আগতে ৪৫ মিনিট ধৰি ধাৰাসাৰ বৰষুণৰ বাবে বাতিল হ'ল খেলখন। হেজাৰ…

দিনটোৰ প্ৰধান খবৰ

গুৱাহাটী, নৱেম্বৰ২৪: বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ষষ্ঠ বাৰৰ বাবে স্বৰ্ণ জয়েৰে এম চি মেৰিকমৰ বিশ্ব ৰেকৰ্ড। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত  ছটাকৈ…

বিশ্ব মহিলা বক্সিঙত অসমৰ দুই কন‍্যা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

গুৱাহাটী,নৱেম্বৰ১৮: বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই। ৬৯ কিঃগ্ৰাঃ শাখাত পানামাৰ এথেইনা বাইলনক ৫-০ৰ ব্যৱধানত হৰুৱাই…

নৰ্থ ইষ্ট অলিম্পিকত উজলি উঠিল অসমৰ ফুটবল দল

গুৱাহাটী,২৮ অক্টোবৰঃ পোনপ্ৰথম বাৰৰ বাবে ইম্ফলত অনুষ্ঠিত নৰ্থ ইষ্ট অলিম্পিকত উজলি উঠিল অসমৰ ফুটবল দল। পুৰুষৰ ফুটবলত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় অসমৰ দলটোৱে।…

শতকৰ হেটট্ৰিকেৰে এক নতুন অভিলেখৰ গৰাকী হয় বিৰাট কোহলী

গুৱাহাটী,২৮ অক্টোবৰঃ এটাৰ পিছত এটাকৈ অভিলেখৰ গৰাকী হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী। ক্ৰমাগত ৩ খন এদিনীয়াত তিনিটাকৈ শতক অৰ্জন কৰা কোহলী হৈছে প্ৰথম…

নৰ্থ-ইষ্ট অলিম্পিকত উজলি উঠিল অসম কন্যা অংকুশিতা বড়ো

গুৱাহাটী,২৭ অক্টোবৰঃ অসমৰ কন্যা অংকুশিতা বড়োৰ আন এক সাফল্য । ইম্ফলত হৈ থকা প্ৰথম নৰ্থ-ইষ্ট অলিম্পিক গেম্ছত বক্সিঙত অংকুশিতাই জিনিলে স্বৰ্ণ পদক। মণিপুৰৰ…

শেষ হ’ল নেকি ধোনীৰ টি-২০ ৰ কেৰিয়াৰ?

গুৱাহাটী,২৭ অক্টোবৰঃ শেহতীয়াকৈ বি চি চি আই য়ে ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘোষণা কৰা টি-২০ দলৰ বাছনিয়ে সকলোৰে কপালত চকু তুলিছে। ভাৰতীয় ক্ৰিকেটৰ…

আৰম্ভ হ’ল ২২ তম চেপাক টাক্ৰাও চেম্পিয়ন শ্বিপ

গুৱাহাটী,২৬অক্টোবৰ: গুৱাহাটীত  শুক্ৰবাৰৰ পৰা আৰম্ভ হ’ল ২২ তম চেপাক টাক্ৰাও চেম্পিয়ন শ্বিপ। ২৫খন ৰাজ‍্যই যোগদান কৰা খেলখনত ৫০টা দলে অংশগ্ৰহণ কৰিব। খেলখন…

গৃহভূমিত মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভা

গুৱাহাটী,২৬অক্টোবৰ: বৰঝাৰ বিমান বন্দৰত উপস্থিত ইউৰোপত অনুষ্ঠিত হোৱা WFF আৰু WBBF প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা অসম সন্তান গোলাপ ৰাভা।…