Browsing Category

চিনেমা

বিগবি আৰু অভিষেক বচ্চন কভিড পজিটিভ

নিউজ ডেস্ক, ১১ জুুলাই, ২০২০: বিগবিৰ লাখ লাখ অনুৰাগীৰ বাবে বেয়া খবৰ।বলিউডৰ বৰ্ষীয়ান জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ অভিনেতা অভিষেক বচ্চনৰ!-->!-->!-->…

চিৰসেউজ অভিনেত্ৰী ৰেখাৰ আবাসগৃহ ছীল

নিউজ ডেস্ক, ১১ জুলাই, ২০২০: কনটেইনমেন্ট জ'ন হ'ল বলীউডৰ মোহময়ী চিৰসেউজ অভিনেত্ৰী ৰেখাৰ আবাসগৃহ। অভিনেত্ৰীগৰাকীৰ এজন নিৰাপত্তাৰক্ষী কভিড১৯!-->!-->!-->!-->!-->!-->!-->…

শান্তিপ্ৰিয়াৰ বহু বছৰৰ মূৰৰ স্বীকাৰুক্তিয়ে খলকনি তুলিছে বলীউডত

অভিনেত্ৰী শান্তিপ্ৰিয়াৰ জীৱন সলনি কৰি পেলাইছিল অক্ষয় কুমাৰৰ বৰ্ণবৈষম্যমূলক এটি মন্তব্যই ব্যুৰো, গুৱাহাটী, ১জুলাই, ২০২০: চলচিত্ৰৰ লগত জড়িত মহিলা!-->!-->!-->!-->!-->…

শ্ববানা আজমীৰ পথ দুৰ্ঘটনাক লৈ বলিউড অভিনেত্ৰীৰ টুইটাৰ পোষ্ট হৈ পৰিল ট্ৰ’ল

নিউজ ডেস্ক,  গুৱাহাটী, ২০ জানুৱাৰী, ২০২০ শনিবাৰ ১৮ জানুৱাৰী ২০২০ চনত বলিউড অভিনেত্ৰী শ্ববানা আজমীয়ে এটা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়। মূৰ আৰু ৰাজহাড়ত…

বলিউডৰ বহু চৰ্চিত দুখন ছবিৰ কোনখনে কৰিলে কিমান উপাৰ্জন?

নিউজ ডেস্ক, গুৱাহাটী, ১১ জানুৱাৰী, ২০২০ চলিত বছৰৰ ১০ জানুৱাৰীত মুক্তি পালে বলিউডৰ প্ৰথম দুখন চৰ্চিত বায়'পিক। এই দুখন বায়'পিকৰ ভিতৰত এখন অজয় দেৱগনৰ অভিনীত…

“ওৱান লিটিল ফিংগাৰ”

নিউজ ডেস্ক, গুৱাহাটী, ২১ ডিচেম্বৰ, ২০১৯ অসম সন্তান তথা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতা ৰূপম শৰ্মাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। বৰ্তমান আমেৰিকাৰ কেলিফনিয়াৰ…

“দৰঙীয়ানৰ চকুত জুই দেখা পাওঁ”-জুবিন গাৰ্গ

আদিত্য অংকুৰ নাথ তেজপুৰ,  ৪ ছেপ্তেম্বৰ, ২০১৯ দৰং কলেজ, এই শব্দদুটাই যেন প্ৰতিগৰাকী দৰঙীয়ানৰ তথা উত্তৰ অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মনৰ এটা কোণত সৃষ্টি…

৫২ বছৰত ভৰি দিলে অস্কাৰ জয়ী এ আৰ ৰহমানে

জনপ্ৰিয় সংগীত শিল্পী এ আৰ ৰহমানৰ আজি ৫২ সংখ্যক জন্মদিন। ১৯৬৭ চনৰ আজিৰ দিনটোতে চেন্নাইত জন্ম গ্ৰহণ কৰিছিল জনপ্ৰিয় শিল্পী গৰাকীয়ে। অস্কাৰ বিজয়ী…

গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট

গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট। পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে কংগনাৰ। মুক্তি পাবলগীয়া নতুন ছবিৰ সফলতা কামনাৰে মা কামাখ্যাৰ আশিস…

অভিনেতা কেদাৰ খানৰ বহুতো জনা নজনা কথা

      মৃত্যুৰ গছিপ।সেয়াও কেইবা  বাৰো।একপ্ৰকাৰৰ উৰাবাতৰি বিয়পি পৰিছিল তেখেতৰ মৃত্যুক লৈ।যাৰ ফলত যথেষ্ট মৰ্মাহত হৈছিল এইগৰাকী প্ৰখ্যাত ব্যক্তি।আৰু অৱশেষত…