শ্বহীদ দিৱস

আজি ১০ ডিচেম্বৰৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ দিৱস।

0

নিউজ ডেস্ক

গুৱাহাটী, ১০ ডিচেম্বৰ, ২০১৯

আজি শ্বহীদ দিৱস, আজিৰ দিনটোতে অসমৰ কেইজনমান সাহসী বীৰে নিজৰ মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিছিল। অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৬০ জন শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস  হিচাপে পালন কৰা হয়। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত প্ৰাণ হেৰুৱাইছিল আৰু সেই দিনটোতে আছুৱে শ্বহীদ দিৱস পালন কৰি আহিছে। আজি শ্বহীদ গৰাকীৰ মৃত্যুবাৰ্ষিকীত অসমবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে।

Leave A Reply

Your email address will not be published.