পুনৰ বৃদ্ধি হ’ল চিলিণ্ডাৰৰ মূল্য।

0

নিউজ ডেস্ক,
গুৱাহাটী, ১ জানুবাৰী, ২০২০
নৱবৰ্ষৰ প্ৰথম দিনাই জনসাধাৰনৰ মূৰত ৰামটাঙোন পেলাইছে ইণ্ডিয়ান অইল কৰ্পৰেচনে। পুনৰ বৃদ্ধি কৰা হ’ল ৰাজসাহায্যবিহীন গেছ চিলিণ্ডাদৰ মূল্য। ঘৰুৰা চিলিণ্ডাৰৰ দাম ৭৬.৫ টকাকৈ বৃদ্ধি কৰাৰ লগতে বানিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১১৯ টকাকৈ বৃদ্ধি পাইছে। গুৱাহাটীৰ লগতে দিল্লী আৰু মুম্বাইত ক্ৰমে ১৯ টকা আৰু ১৯.৫ টকাকৈ প্ৰতিটো চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে।
উল্লেখযোগ্য যে যোৱা দুটা বছৰত চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ গতি অব্যহত ৰাখি যোৱা নিশা অৰ্থাৎ ৩১ ডিচেম্বৰৰ বৃদ্ধি কৰা হৈছে চিলিণ্ডাৰৰ মূল্য।

Leave A Reply

Your email address will not be published.