“বঢ়মপুৰত এইবাৰ হাৰিব প্ৰফুল্ল কুমাৰ মহন্ত” : হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী

0

নিউজ ডেস্ক
গুৱাহাটী,৪ জানুৱাৰী ২০২০

আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত বিজেপিৰ এখন জনসভা অনুষ্ঠিত কৰিছে।এই সভাখনত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে. পি.নাড্ডা।
“২০২১ ৰ নিৰ্বাচনত বঢ়মপুৰত এইবাৰ হাৰিব প্ৰফুল্ল কুমাৰ মহন্ত।” হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা অনুষ্ঠিত বিজেপিৰ সভাখনৰ পৰাই ২০২১ৰ নিৰ্বাচনৰ ভৱিষ্যত বাণী দিয়ে।

Leave A Reply

Your email address will not be published.