পবিতৰা অভয়াৰণ্যত এশিঙীয়া গঁড়ৰ মৃত্যু

0

নিউজ ডেস্ক, 
গুৱাহাটী,৮ জানুৱাৰী, ২০২০ 

৭ জানুৱাৰী পুৱা প্ৰায় ৮-৩০ বজাত বন বিভাগৰ টুলুং কেম্পৰ তহলদাৰী দলে পাগলাডোবা টুৰিষ্ট ৰোডৰ সমীপত মাইকী গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰে।অঞ্চলটোত এ‌শিঙীয়া গড়ৰ মৃত্যুৱে শোকাহঁত কৰিছে প্ৰকৃতিপ্ৰেমিক। পবিতৰা অভয়াৰণ্যত বার্ধক্যজনিত কাৰণত এশিঙীয়া গঁড়টোৱে মৃত্যুক সাৱটি লয়। গঁড়টোৰ মৃত্যুক লৈ দুখ প্ৰকাশ কৰিছে বন বিভাগে।

Leave A Reply

Your email address will not be published.