গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ৰক্ষা পৰিল দেশৰ ৰাজধানী দিল্লী। ISIS ৰ তিনি দুধৰ্ষ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ।

0

নিউজ ডেস্ক, 
গুৱাহাটী,৯ জানুৱাৰী, ২০২০

২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত বিপদৰ পৰা ৰক্ষা পৰিল দিল্লী। দেশৰ ৰাজধানী দিল্লী ISIS য়ে হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ ভয়ংকৰ ব্লু – প্ৰিণ্ট ৰচনা কৰিছিল। কিন্তু দিল্লী আৰক্ষীয়ে আজি ISIS ৰ তিনি দুধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।

Leave A Reply

Your email address will not be published.