ভৈৰৱকুণ্ডত আৰম্ভ হ’ল অষ্টম বাৰ্ষিক পৰ্যটন মহোৎসৱ..

0

নিউজ ডেস্ক,

গুৱাহাটী,১৬ জানুৱাৰী,২০২০

প্ৰাকৃতিকভাৱে মনোহাৰিত্ব অঞ্চল তথা বনভোজ পৰ্যটনস্থলী ভৈৰৱকুণ্ডত আৰম্ভ হ’ল পৰ্যটন মহোৎসৱ,২০২০। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু বিটিচি পৰিষদৰ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত হয় এই উৎসৱ। ভৈৰৱকুণ্ডৰ নঙলা মুখত এতিয়া বিভিন্ন জাতি- জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ লগতে ৰচনা কৰা হৈছে ক্ৰীড়া প্ৰতিযোগিতা। এই পৰ্যটন মহোৎসৱত পৰ্যটক সকলে উপভোগ কৰিব পাৰিব ৰাফটিং, বটিং, হাতী চাফাৰিৰ লগতে থাকিব আন্তঃৰাষ্ট্ৰীয় ৰক্ বেণ্ড অনুষ্ঠান।

Leave A Reply

Your email address will not be published.