মুকেশ সিঙৰ ক্ষমা আৱেদন খাৰিজ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

0

নিউজ ডেস্ক
গুৱাহাটী,১৭ জানুৱাৰী,২০২০

সাত বছৰৰ অন্তত অৱশেষত ন্যায় পাব নিৰ্ভয়াই।দেশ কোঁপোৱা নিৰ্ভয়া ধৰ্ষণ, ৪ ধৰ্ষণকাৰীক ২২জানুৱাৰীত ফাঁচী দিয়াটো নিশ্চিত হ’ল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ সিঙৰ ক্ষমা আৱেদন খাৰিজ কৰিলে।শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰিছিল এখনেই ক্ষমা আৱেদন।নিৰ্ভয়াক দলবদ্ধভাৱে বলাৎকাৰ আৰু হত্যাৰ মৃত্যুদণ্ডৰে চাৰি দোষীৰ ভিতৰত মুকেশ সিঙে কিছুদিন পূৰ্বে ক্ষমা আৱেদন দাখিল কৰিছিল।
দেশত প্ৰায় ৩৬ বছৰৰ পিছত একেলগে চাৰিজনক ফাঁচিৰ নিৰ্দেশ।

Leave A Reply

Your email address will not be published.