সমগ্ৰ বিষয়টো সোনকালে মীমাংসা হ’ব : ডঃ হিমন্ত বিশ্ব শৰ্মা

0

নিউজ ডেস্ক, 
গুৱাহাটী, ১৭ জানুৱাৰী, ২০২০

দিল্লীত অমিত শ্বাহৰে বৈঠকত ডঃ হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। ‘কা’ নীতিৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কেন্দ্ৰৰ। নাগৰিকত্ব পাবৰ বাবে প্ৰক্ৰিয়াৰ সন্দৰ্ভত আলোচনা হয়। আবেদনৰ পিছত স্পষ্ট হ’ব কিমান লোকে পাব নাগৰিকত্ব।
তথ্য অনুসৰি,বিশেষ বুজাবুজিৰে কৰা হ’ব সংস্থাপন। ৫ লাখৰ ওপৰত নাহে নাগৰিকত্বৰ আবেদন। দিল্লীত এই কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে তেওঁ মন্তব্য কৰিলে যে, -” সমগ্ৰ বিষয়টো সোনকালে মীমাংসা হ’ব।”

Leave A Reply

Your email address will not be published.