সোণাৰিৰ সাপেখাটিত এক ভয়ংকৰ বিস্ফোৰণ

0

নিউজ ডেস্ক, 
গুৱাহাটী, ২১ জানুৱাৰী, ২০২০

অসমৰ পৰিস্থিতি ক্লান্ত নহওঁতেই সোণাৰিৰ সাপেখাটিত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। ২৬ জানুৱাৰীলৈ মাজত মাথোঁ কেইটিমান দিন থাকোতে ঘটে এই ভয়ানক বিস্ফোৰণ। পুৱতি নিশা কানু পাল নামৰ লোকজনৰ দোকানৰ সন্মুখতে সংঘটিত হয় এই ভয়াবহ বিস্ফোৰণ। ঘটনাস্থলীত উপস্থিত হৈ সেনা আৰু আৰক্ষী আৰম্ভ কৰে তদন্ত।  

Leave A Reply

Your email address will not be published.