‘কা’ ৰ বিৰুদ্ধে অসমৰ আবেদনসমূহৰ পৃথককৈ হ’ব শুনানি।

0

নিউজ ডেস্ক,

গুৱাহাটী, ২২ জানুৱাৰী, ২০২০

‘কা’ৰ বিৰুদ্ধে ৰাজ্যত বৰ্তমানলৈ চলি আছে তীব্ৰ প্ৰতিবাদ। ২২ জানুৱাৰী ২০২০ অৰ্থাৎ আজি উত্তৰ-পূবৰ বিশ্ববিদ্যালয় সমূহৰ শ্ৰণী বৰ্জন কাৰ্যসূচী আছিল। তদুপৰি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ আবেদনসমূহৰ পৃথককৈ শুনানি হ’ব বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়েে জানিবলৈ দিয়ে। চাৰি সপ্তাহৰ সময় দিলে কেন্দ্ৰীয় চৰকাৰক।  অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ বাবে হ’ব পৃথক শুনানি। দু সপ্তাহ পিছত দিয়া হ’ব অসমৰ আবেদনৰ শুনানি।

Leave A Reply

Your email address will not be published.