খেলো ইণ্ডিয়াত অসমৰ স্বৰ্ণপদকৰ সংখ্যা কুৰিটা।

0

নিউজ ডেস্ক, 
গুৱাহাটী,২২ জানুৱাৰী, ২০২০

অসমৰ প্ৰতিভাশালী বক্সাৰ অংকুশিতা বড়োই খেল’ ইণ্ডিয়াত স্বৰ্ণপদক অৰ্জন কৰে ।অসমৰ বাবে প্ৰথমটো স্বৰ্ণপদক বক্সিঙত।
তথ্য অনুসৰি অসমৰ স্বৰ্ণপদকৰ সংখ্যা হ’লগৈ ২০টা। মঙলবাৰলৈ অসমে ১৯টা সোণ, ১৮টা ৰূপ আৰু ২৬টা ব্ৰঞ্জৰ পদকেৰে পদক তালিকাৰ ষষ্ঠ স্থানত আছিল। মঙলবাৰ পৰ্যন্ত অসমৰ মুঠ পদকৰ সংখ্যা আছিল ৬৩টা।

Leave A Reply

Your email address will not be published.