দেশৰ ৭১তম্ গণৰাজ্য দিৱস

0

নিউজ ডেস্ক,
গুৱাহাটী,২৬ জানুৱাৰী,২০২০

৭১তম্ গণৰাজ্য দিৱসৰ দিনা দেশৰ ৰাজধানী দিল্লীত আজি অসমৰ প্ৰতীক পট প্ৰদৰ্শন হয়। গণৰাজ্য দিৱসত অতিথিৰূপে উপস্থিত থাকে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি।দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে উপস্থিত থাকে সাংসদৰ ৰামেশ্বৰ তেলী।

বাঁহ – বেতেৰে কাৰিকৰী প্ৰদৰ্শন অসমৰ প্ৰতীক পট।অসমৰ প্ৰতীক পট প্ৰদৰ্শনৰ সময়ত ভোৰ তাল,ঢোল পেঁপাৰ শব্দৰে মুখৰিত হ’ল দিল্লীৰ ৰাজপথৰ পৰিৱেশ। অসম, মেঘালয়, মধ্য প্ৰদেশ,তামিলনাডুৰ আদিৰ লগতে আন কেইবাখনো ৰাজ্যৰো প্ৰতীক পট প্ৰদৰ্শন কৰে গণৰাজ্য দিৱসত।

Leave A Reply

Your email address will not be published.