Browsing Category

ব্যতিক্ৰম

তেজপুৰত শিল্পীৰ নিদৰ্শন: আদর্শ কৃষি পামেৰে উজ্বলিছে অভিনেতা জিতুমণি

আদিত্য অংকুৰ নাথ, তেজপুৰ, ৩১ জুলাই, ২০২০: কৰ'নাৰ কৰাল গ্ৰাসত পৰি বৰ্তমান সময়ত চৰকাৰী চাকৰিৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠানসমূহতো কোনো নিয়োগ নোহোৱাৰ বাবে!-->!-->!-->…

যোগক্ৰীড়াৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিছে নগাঁৱৰ ৰাজশ্ৰী শৰ্মা

ঋতুপৰ্ণ শৰ্মা, নগাঁও, ২১ জুন : যোগ চৰ্চাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে নগাঁৱৰ এগৰাকী কিশোৰী। শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে অতিকৈ!-->!-->!-->!-->!-->…

“লকডাউন”ত নগাঁৱৰ কুঁজি সত্ৰত বাদ্য চৰ্চাত নিমগ্ন নৱপ্ৰজন্ম

১৬৫০ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি বোৱাৰী আই কনকলতাই স্থাপন কৰা সত্ৰখনত লকডাউনৰ সময়ছোৱাত সত্ৰৰ বৰবায়ন মণিৰাম কাকতিৰ তত্বাৱধানত চলিছে শংকৰদেৱৰ অপূৰ্ব…

লকডাউনৰ ফলত তীব্ৰ অৰ্থ সংকটত নগাঁৱৰ কচুৱাৰ চাৰি সহস্ৰাধিক শিপিনী

দুবেলা দুমুঠি ভাতৰ বাবে এতিয়া শিপিনীসকলে চিন্তাত দিন কটাব লগা হৈছে । চকু পানীৰে বাট নেদেখা হৈছে। তেওঁলোকক চৰকাৰীভাৱে আৰু আন ব্যক্তি-অনুষ্ঠানে কিছু পৰিমাণে…

বিপাঙত পৰিল ইৰাকী সেনা! কিন্তু কিয়?

নিউজ ডেস্ক,  গুৱাহাটী, ২০ জানুৱাৰী, ২০২০ হাঁহিব নে কান্দিব? ঘটিল এক আজৱ ঘটনা ; সন্ত্ৰাসবাদী সংগঠন ISIS ৰ সৈতে সম্পৰ্ক থকা আৰু সেনা বাহিনীৰ বিৰুদ্ধে…

স্মৃতি ইৰানিৰ গোপন প্ৰতিভা ছ’চিয়েল মেডিয়া যোগে প্ৰকাশ…

নিউজ ডেস্ক, গুৱাহাটী, ১৮ জানুৱাৰী, ২০২০ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানিৰ গোপন প্ৰতিভা প্ৰকাশ পায় ইনষ্টাগ্ৰাম যোগে; ভাইৰেল হৈ পৰিছে এখন আলোকচিত্ৰ।…

কাশ্মীৰত নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ দলং

নিউজ ডেস্ক, গুৱাহাটী, ১০ জানুৱাৰী, ২০২০ ভূ-স্বৰ্গ কাশ্মীৰৰ চিনাব নদীৰ ওপৰত নিৰ্মাণ হৈ আছে বিশ্বৰ সবাটোকৈ ওখ দলংখন। অহা বছৰৰ ডিচেম্বৰ মাহত দলং খনৰ কাম…

অমৰ হ’ব মানৱ জাতি!

এই প্ৰকল্পৰ মূল উদ্দেশ্য হ'ল মৰণশীল ব্যক্তিক ৰবটৰ জৰিয়তে অমৰত্ব প্ৰদান কৰা। ২০২৫ চনৰ ভিতৰত মগজু এটাক অৱতাৰ এটালৈ ট্ৰান্সপ্লেণ্ট কৰা হ'ব। এই ৰবটৰ আচৰণ সমূহ…

শদিয়াৰ পটভূমিত ‘শদিয়া’ শীৰ্ষক গীত মুকলি

গুৱাহটী, ২৯ জুন : ডিব্ৰুগড় চহৰৰ এগৰাকী অত্যুৎসাহী যুৱক কৌশিক কাশ্যপ। মনত অদম্য হেঁপাহ আৰু আশা বুকুত বান্ধি অসমীয়া সংগীতৰ ক্ষেত্ৰখন আৰু অধিক শক্তিশালী কৰাৰ…

কেননৰ ফটোমাৰাথান

গুৱাহাটী:সমগ্ৰ ভাৰততে ফটোগ্ৰাফী ভালপোৱা সকলৰ বাবে এখন মঞ্চ গঠন কৰিবলৈ চেষ্টা কৰি অহা দেশৰ আগশাৰী কোম্পানী কেনন ইণ্ডিয়াই ইয়াৰ বহু অভিলাষী লাইভ নৱম সংস্কৰণ ফটো…