Browsing Category

শেহতীয়া

নগাঁৱত অবৈধ বালি মহল উৎখাত, তিনিখন বালিভৰ্তি ট্ৰাক জব্দ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন, ৩০ জুলাই : নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম!-->!-->!-->!-->!-->…

নগাঁৱত নেৰানেপেৰা বৰষুণত ন ন অঞ্চল প্লাৱিত

ঋতু পৰ্ণ শৰ্মা,নগাঁও:১৫ জুলাই বিগত কেইবাদিন ধৰি ৰাজ্যখনৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ নৈ-উপনৈসমূহৰ জল পৃষ্ঠ বৃদ্ধি হৈ ন ন…

অসম মৰাপাট কলৰ উৎপাদন পুণৰাৰম্ভ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা, ৫ মে' "লকডাউন"ৰ পৰিপ্ৰেক্ষিতত সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা নগাঁও জিলাৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ উৎপাদন প্ৰক্ৰিয়া পুনৰ!-->!-->!-->…

বটদ্ৰৱা থানৰ কীৰ্তন ঘৰ সন্দৰ্ভত ৰেডিঅ’ মিৰ্চিৰ অপপ্ৰচাৰৰ অভিযোগ

ৰেডিঅ' মিৰ্চিৰ আৰ জে এজনে অদ্ভুত ধৰণৰ মনেসজা কথাৰে বিভ্ৰান্তি মূলক অপপ্ৰচাৰ কৰা কাৰ্যত থান পৰিচালনা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত কৃষকৰ হিয়াভঙা কান্দোন

লকডাউন"ৰ প্ৰভাৱত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে শাক পাচলিৰ খেতিয়কসকল। বজাৰৰ অভাৱত পথাৰতে গেলি- পচি গৈছে বিঘাই-বিঘাই শাক-পাচলি। প্ৰতিদিনে কৃষকসকলে পথাৰতে পেলাই দিব…

ক’ৰণা বিৰোধী যুঁজত ৪২ হাজাৰ ভেঞ্চাৰ শিক্ষক-কৰ্মচাৰীয়ে দিব ২১লাখ টকা

৩০ এপ্ৰিল, বৃহস্পতিবাৰে ৰাজ্যৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত সৰ্বস্তৰৰ শিক্ষক-কৰ্মচাৰী সকলে গাইপতি ৫০ টকাকৈ সাহাৰ্য অসম আৰোগ্য নিধিৰ পুঁজিলৈ আগঢ়াব ।…

ডিব্ৰু-দেওমালি হস্তী প্ৰকল্পৰ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত কয়লা খননৰ অনুমোদন, পৰিৱেশকৰ্মীৰ…

ৰাজ্যখনত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে পুনৰ যদি উক্ত প্ৰকল্পত কয়লা খনন কাৰ্য আৰম্ভ হয় তেন্তে অঞ্চলটো হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ কৰাটো…

“লকডাউন”ত কেনেকৈ বিহাৰৰ পৰা খোজকাঢ়ি আহি পুৰণিগুদামৰ স্বগৃহত উপস্থিত হ’ল এজন…

যোৱা ২৩ মাৰ্চত যাদৱ গগৈয়ে গুজৰাটৰ পৰা এখন মালবাহী ট্ৰাকত আহি উত্তৰ প্ৰদেশ পোৱাৰ পাছত পুনৰ এখন মালবাহী ট্ৰাকত উঠি উত্তৰ প্ৰদেশৰ পৰা আহি বিহাৰত উপস্থিত হয় ।…

লকডাউনৰ সুবিধা লৈ দুষ্প্ৰাপ্য পহু চিকাৰ দিহিং পাটকাইত

Debojit Sonowal Naharkatia, 10th April কৰণা আতংক আৰু লক ডাউনৰ সুবিধা লৈ অলপতে চৰাইদেও জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চলত দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ…

কোকৰাঝাৰত আৰক্ষী অধীক্ষকৰ হাতত প্ৰহৃত দণ্ডাধীশ

আৰক্ষী অধীক্ষক ৰাজেন সিঙে আৱাসৰ পৰা চোঁচৰাই নি মাৰপিট কৰে দণ্ডাধীশগৰাকীক। ৰাজেন সিঙে ফালি পেলালে দণ্ডাধীশে পিন্ধি থকা ছাৰ্ট।