Browsing Category

সমাজ

বাঘজানৰ’ বাসীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত যুৱ প্ৰজন্ম

দু-সময়ৰ মাজতো মানৱীয়তাৰ নিদৰ্শনৰে 'বাঘজানৰ' বাসীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত যুৱ প্ৰজন্ম। যোৱা ২৭ মে' তাৰিখে অনাকাংক্ষিত জুইৰ ফলত!-->!-->!-->…

দিনে দিনে বৃদ্ধি পাই আহিছে মানৱ সৰবৰাহৰ ঘটনা।

দেশৰ লগতে অসমতো এতিয়া দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে মানৱ সৰবৰাহৰ দৰে ভয়ংকৰ অপৰাধ। আৰ্থিক দীনতাত কক্ বকাই থকা একাংশ পৰিয়ালৰ ল'ৰা-ছোৱালী এনে মানৱ সৰবৰাহৰ দৰে…

SUICIDE

Suicide has been a major cause of human moratality. A person before commiting suicide gives a lot of hints and subconsciously asks for help. How to spot…

মূলসুঁতিলৈ উভতি অহা যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে ঋণ প্ৰদান

ব‍্যুৰো গুৱাহাটী, ৪ মাৰ্চ উগ্ৰবাদৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি অহা অসমৰ যুৱক-যুৱতীসকলৰ আত্মসংস্থাপনৰ বাবে গুৱাহাটীত অলপতে "স্বাৱলম্বন" প্ৰকল্পৰ অধীনত…

হাওৰাঘাটত হাম হাস্পতাল আৰু নেতাজী ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা…

ৱাহিদুৰ ৰহমান, হাওৰাঘাট।

কবি সন্মিলনৰ বৰ্ষপুতি অনুষ্ঠান সম্পন্ন

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী:গুৱাহাটী প্ৰেছ ক্লাৱত ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনৰ স্বীকৃত শাখা দিশপুৰ কবি সন্মিলনৰ বৰ্তমান কাৰ্যভাৰ সমিতিৰ…

দেশৰ ৯৭.২ শতাংশ শিশুৱেই যায় বিদ্যালয়লৈ, বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস

ব্যুৰো ২৩ জানুৱাৰী, ২০১৯ দেশৰ শিক্ষাখণ্ডৰ বাবে সুখবৰ। বৃদ্ধি পাইছে বিদ্যালয়মুখী শিশুৰ সংখ্যা। আজিৰ তাৰিখত দেশৰ মাত্ৰ ৩ শতাংশ শিশুহে বিদ্যালয়ত…

পৰিৱতৰ্নশীল পৰিৱেশত আমাৰ কৰণীয়

গায়ত্ৰী মিশ্ৰ পৰিৱেশ, পৰিৱেশ কি। সৰুৰে পৰা আমি বিদ্যা্লয়ৰ বিভিন্ন পাঠ্যক্ৰমত সংক্ষিপ্ত বা বিস্তাৰিত ভাবে পৰিৱেশৰ বিষয়ে পঢ়ি আহিছো।সেই ফালৰ পৰা চাবলৈ…

বাল্য বিবাহ প্ৰতিৰোধ বিচাৰি সজাগতা সমদল

গুৱাহাটী, ২৫ নৱেম্বৰ : শিশু সকল হৈছে দেশৰ ধৰণী । আজিৰ শিশু কালিৰ ভৱিষ্যত বুলি কোৱা হয় যদিও বৰ্তমান সময়তো আমাৰ সমাজৰ বাল্য বিবাহৰ সামাজিক ব্যাধি আঁতৰ…

দিনটোৰ প্ৰধান খবৰ

গুৱাহাটী, নৱেম্বৰ২৪: বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ষষ্ঠ বাৰৰ বাবে স্বৰ্ণ জয়েৰে এম চি মেৰিকমৰ বিশ্ব ৰেকৰ্ড। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত  ছটাকৈ…