কৰ্মচাৰী পৰিষদৰ কৰ্মবিৰতি।

"কা" বিৰোধী আন্দোলন এতিয়া কেৱল ৰাজ্যতে নহয় সমগ্ৰ দেশজুৰি চলিছে তীব্ৰ প্ৰতিবাদ।

0

নিউজ ডেস্ক

গুৱাহাটী, ১৮ ডিচেম্বৰ, ২০১৯

সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশত গণসত্যাগ্ৰহৰ আজি তৃতীয় দিন। এই সত্যাগ্ৰহ কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তে -প্ৰান্তে অনুষ্ঠিত কৰা হৈছে। “কা” বিৰোধীতাৰে আজি সদৌ অসম কৰ্মচাৰী পৰিষদে কৰ্মবিৰতি ঘোষণা কৰি আছুৰ গণসত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সেই উদ্দেশ্যে আজি সকলো চৰকাৰী কাম-কাজ বন্ধ ৰখা হব। কৰ্মচাৰী পৰিষদৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই আজিৰ দিনটোত কৰ্মচাৰী সকলৰ দৰমহা কৰ্তন কৰা নহ’ব বুলি ৰাজহুৱা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.