আজি স্বাক্ষৰিত হ’ব তৃতীয়খন বড়ো চুক্তি

0

নিউজ ডেস্ক,
গুৱাহাটী,২৭ জানুৱাৰী, ২০২০

নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত হ’ব তৃতীয়খন বড়ো চুক্তি । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,BTAD মুখ্য নেতা হাগ্ৰামা মহিলাৰীকে ধৰি বহুকেইজন নেতা উপস্থিত থাকিব অমিত শ্বাহৰ সৈতে । চুক্তিৰ লিগে লগে BTAD ভৌগোলিক পৰিসৰ বৃদ্ধি পাব। বড়োলেণ্ডত স্থায়ীভাৱে বসবাস কৰি থকা সকলে বিশেষ অধিকাৰ লাভ কৰিব। বহিৰাগতসকলে হেৰুৱাব ভোটাধিকাৰ। নতুনকৈ ভোটাৰ তালিকা প্ৰস্তুত হ’ব । BTAD ত কাম কৰিবলৈ আহিলে লাগিব বিশেষ অনুমতি পত্ৰ ।

Leave A Reply

Your email address will not be published.