ছিকিমত ভয়াৱহ পথ দুৰ্ঘটনা 

নৈত বাগৰিল স্কৰপিঅ' বাহন

0
   গুৱাহাটী,১২অক্টোবৰ:
  • ছিকিমত ভয়াৱহ পথ দুৰ্ঘটনা।
  •  নিয়ন্ত্ৰণ হেৰুৱাই তিষ্টা নৈত বাগৰিল স্কৰপিঅ’ বাহন।
  • দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন তিনিজন।
  • স্কৰপিঅ’খন গেংটকৰ পৰা শিলিগুৰিলৈ গৈ থকাৰ পথত কালিঝৰাত সংঘটিত হয় এই দুৰ্ঘটনা।

Leave A Reply

Your email address will not be published.